বৰ্তমান যুগৰ এক অবিকল সত্য। সন্তান হল পিতৃ মাতৃ লৈ সৃষ্টিকৰ্তাৰ পৰা এক অমূল্য উপহাৰ। কিন্তু বৰ্তমান যুগত শিক্ষা ব্ৱস্থাই এই সন্তানক পিতৃ মাতৃৰ উচ্চাকাংক্ষা কঢ়িয়াব পৰা এক মানৱ যন্ত্ৰ নিৰ্মাণ কৰিছে। আজি কালি মাক দেউতাকে সন্তানক নিজে জীৱনত কৰিব নোৱাৰা কামবোৰহে সন্তানৰ পৰা আশা কৰে। আইনষ্টইনৰ মতে "এই পৃথিৱীত সকলো মানুহেই প্ৰতিভাশালী। কিন্তু যদি তুমি মাছ এটাক ইয়াৰ গছত উঠা ক্ষমতাৰ ওপৰত ভিত্তি কৰি তাক পৰীক্ষা কৰা তেন্তে সি নিজকে গোটেই জীৱন মুৰ্খ/গাধ বুলি ভাবিব" সন্তানক নিঃস্বাৰ্থ ভাবে লালন পালন কৰক। তেতিয়াহে বৃদ্ধ বয়সত দ্বিগুণ ফল পাব