Skip to main content

বৰ্তমান যুগৰ সন্তান


বৰ্তমান যুগৰ এক অবিকল সত্য।
সন্তান হল পিতৃ মাতৃ লৈ সৃষ্টিকৰ্তাৰ পৰা এক অমূল্য উপহাৰ। কিন্তু বৰ্তমান যুগত শিক্ষা ব্ৱস্থাই এই সন্তানক পিতৃ মাতৃৰ উচ্চাকাংক্ষা কঢ়িয়াব পৰা এক মানৱ যন্ত্ৰ নিৰ্মাণ কৰিছে। আজি কালি মাক দেউতাকে সন্তানক নিজে জীৱনত কৰিব নোৱাৰা কামবোৰহে সন্তানৰ পৰা আশা কৰে।

আইনষ্টইনৰ মতে "এই পৃথিৱীত সকলো মানুহেই প্ৰতিভাশালী। কিন্তু যদি তুমি মাছ এটাক ইয়াৰ গছত উঠা ক্ষমতাৰ ওপৰত ভিত্তি কৰি তাক  পৰীক্ষা কৰা তেন্তে সি নিজকে গোটেই জীৱন মুৰ্খ/গাধ বুলি ভাবিব"

সন্তানক নিঃস্বাৰ্থ ভাবে লালন পালন কৰক। তেতিয়াহে বৃদ্ধ বয়সত দ্বিগুণ ফল পাব

Comments

Popular posts from this blog

শুভাৰম্ব

আমি এটা  "ফেচবুক  বাৰ্তা" গোটৰ  blog এটা  শুভাৰম্ব কৰিলো । আপোনালোকে আমাক এই blog টোৰ লগত জড়িত হৈ সহায় সহযোগিতা আগবঢ়াব বুলি আশা কৰিলো আৰু আমি আপুনালোকৰ বাবে উপযোগী হোৱাকৈ দৈন...

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্রথম দহটা স্থান

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দহটা স্থান প্ৰথম: ৰক্তিম ভূঞা, মুনলাইট হাই স্কুল, শোণিতপুৰ দ্বিতীয়: অবিনাশ কলিতা, আনন্দৰাম বৰুৱা একাডেমী হাইস্কুল, বৰপেটা প্ৰীতপল বেজবৰুৱা, টিহু হাইস্কুল, নলবাৰী তৃতীয়: চুলতানা এইচাহ চিদ্দিকা, চেন্ট টেৰেছা ইংলিছ হাই স্কুল, বৰপেটা জিন্টী দেৱী, চেইন্ট জনচ’ হাইস্কুল, বাগছা আৰ্বি চলিহা, সূদৰ্শন পাব্লিক হাইস্কুল, কামৰূপ (ন) চতুৰ্থ: সীমা কুইন কাশ্যপ, পায়নিয়াৰ একাডেমী, পুঠিমাৰী, কামৰূপ ঋত্বিক শ্যাম শইকীয়া, চেইন্ট মেৰী হাই স্কুল, উত্তৰ লখিমপুৰ ৰাজশ্ৰী নন্দিনী কাকতী, খ্ৰীষ্টজ্যোতি হাইস্কুল, নগাওঁ দেৱাশীস ভৰদ্বাজ, চামতা হাইস্কুল, নলবাৰী ব্ৰজেনজিৎ হাজৰিকা, অম্বিকাগিৰী ৰায়চৌধুৰী জাতীয় বিদ্যালয়, শোণিতপুৰ পঞ্চম নিবিৰ ডেকা, আনন্দৰাম বৰুৱা হাইস্কুল, বৰপেটা বিদৰ্শন দত্ত, চেইন্ট মেৰী হাইস্কুল, উত্তৰ লখিমপুৰ ৰাজা স্নেহাশিষ গুপ্তা দত্ত, বালিকুৰীয়া বাপুজী বিদ্যাপীঠ, নলবাৰী ষষ্ঠ: ভাস্বতী কলিতা, চেইন্ট এলবাৰ্ট হাইস্কুল, বঙাইগাঁও অনুস্কা বৰদলৈ, জোনাকী সংঘ হাইস্কুল, যোৰহাট কল্পজ্যোতি গগৈ, পানীন্দ্ৰ বিদ্যাপীঠ, উত্তৰ লখিমপুৰ ধৃতিস্মান ভূঞা, ৰামস্বৰ...

দুখীয়াক সহায় কৰক

আজি কি Rose day কালি কি chocolate day আৰু যে কিমান কি day আছে । এদিন যদি charity(দান) Day ওলালে হৈ ........বহুতো দুখীয়াই এদিনৰ বাবে হলেও আনন্দ পালে হৈ । আমি কেইজন মানে অলপ চিন্তা চর্চা কৰিছোঁ charity(দান) day এটাৰ বাবে কেনেকুৱা হব বাৰু ??